আপুনি এজন
আত্মনিৰ্ভৰইনভেষ্টৰ?

বাজেট, মাহেকীয়া সঞ্চয় নে ছেল হাণ্টিং?
ধনৰ নাম শুনিলে আপোনাৰ মন উলহ-মালহ হয় নেকি?
Three Ladies Or Different Profession
আপোনাৰ লিংগ চয়ন কৰক
লিংগ
আত্মনিৰ্ভৰ ইনভেষ্টৰ প্ৰকল্প হৈছে চিডিএচএল আইপিএফৰ দ্বাৰা অধিক সংখ্যক মহিলাক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা এটা সামাজিক পদক্ষেপ. ভাৰতত ডীমেট একাউণ্টধাৰীৰ প্ৰায় 20% ই হ’ল মহিলা. আমি মহিলা বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো, তেওঁলোকক উপলব্ধি কৰাত সহায় কৰিছো যে তেওঁলোকৰ হাতত ইতিমধ্যে বিনিয়োগৰ বাবে প্ৰয়োজনীয় দক্ষতা আছে.